কৰ’ণাৰ সন্ত্ৰাস! ৪৩সংখ্যক বেলতলাৰ ব’হাগী উৎসৱ বাতিল…

April 17, 2021 0 By Biraj Kalita

বেলতলা ব’হাগী উৎসৱ বাতিল।

কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ বাবে এই ঘোষণা আয়োজক সমিতিৰ।

২৩, ২৪ আৰু ২৫ এপ্ৰিলত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কথা আছিল বিহুৰ কাৰ্যসূচী।

অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল জুবিন, পাপন আৰু শংকুৰাজে।

নিশা ১১ বজাৰ ভিতৰত অনুষ্ঠান সামৰা অসম্ভৱ বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে।

এনে দুৰ্যোগৰ সময়ত শিল্পীসকলক সহায়ৰ হাত আগবঢ়াবলৈ স্বেচ্ছাসেৱী সংগঠনক আহ্বান