কৰ’নাত আক্ৰান্ত হৈ মৃত্যু গোলোকগঞ্জ জিলা পৰিষদৰ সদস্যৰ…
May 27, 2021ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।
সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনভাৱে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।
কৰ’নাত আক্ৰান্ত হৈ মৃত্যু গোলোকগঞ্জ জিলা পৰিষদৰ সদস্যৰ।
কৰ’নাত আক্ৰান্ত হৈ কেইবাদিন ধৰি মটেৰঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনিন্দ্ৰ ৰয়।
কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ৰয়ক।
কিন্তু গুৱাহাটীলৈ লৈ যোৱা অৱস্থাত বাটতে মৃত্যু হয় তেওঁৰ।
লগতে চাওকঃ