খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়াৰ দেহাৱসান… June 12, 2021 0 By Biraj Kalita খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়া আৰু নাই। শনিবাৰে পুৱতি নিশা মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ। চিকিৎসকৰ লগতে এগৰাকী সুলেখকো আছিল শইকীয়া। স্বাস্থ্য বিষয়ত কেইবাখনো গ্ৰন্থ লিখিছিল তেওঁ। তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ। উদালি কাণ্ডঃ চিকিৎসক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত হিলালক গ্রেপ্তাৰ… বেংকৰ চাকৰি এৰি দুটা ছাগলীৰে ফাৰ্ম আৰম্ভ কৰা পৰীমিতাই এতিয়া বছৰি বিক্ৰী কৰে ৩ লাখ টকাৰ ছাগলী…