খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়াৰ দেহাৱসান…

June 12, 2021 0 By Biraj Kalita

খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়া আৰু নাই।

শনিবাৰে পুৱতি নিশা মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ।

চিকিৎসকৰ লগতে এগৰাকী সুলেখকো আছিল শইকীয়া।

স্বাস্থ্য বিষয়ত কেইবাখনো গ্ৰন্থ লিখিছিল তেওঁ।

তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।