গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, মণিপুৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত চোৰাং চিকাৰী…

July 13, 2021 0 By Biraj Kalita

গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

বোকাখাত আৰক্ষীয়ে অভিযান চলাই মণিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে এজন কুখ্যাত চোৰাং চিকাৰী৷

মণিপুৰ আৰক্ষীৰ সহযোগত চূড়চান্দপুৰৰ পৰা বোকাখাত আৰক্ষীয়ে বন্দী কৰে টি ভি খামখৌপ নামৰ চোৰাং চিকাৰীটোক৷

পূৰ্বৰ গোচৰৰ ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় এই চোৰাং চিকাৰীটোক৷

বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত আছে চোৰাং চিকাৰীটো৷