গছত খুন্দিয়াই পুখুৰীত পৰিল তীব্ৰবেগী বাহন!

June 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে সমষ্টিৰ ছমৰীয়াৰ হাউলীটাৰীত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

কঠীয়ামাৰী দিশৰ পৰা অহা এ এছ ০১ বি এন ৯৪৬৬ নম্বৰৰ এখন বিলাসী বাহনখনে তীব্ৰ বেগত আহি প্ৰথমে গছ এডালত খুন্দা মাৰে।

ইয়াৰ পাছতে নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ পুখুৰী এটাত সোমাই পৰে।

অৱশ্যে সৌভাগ্যক্ৰমণ কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা চাৰিগৰাকী যুৱকসহ এজন পথচাৰীৰ।

লগতে চাওকঃ

জুৱাৰীক উৎকােচ লৈ এৰি দিয়াৰ অভিযােগত আটক হ’ল এজন ASI