গণতন্ত্ৰ দিৱসত দিল্লীত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন!
December 16, 2020আগন্তুক গণতন্ত্ৰত দিৱসত দিল্লীত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন।
গণতন্ত্ৰ দিৱসত উপস্থিত থাকিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰিছিল জনছনে।
ইয়াৰ আগতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকী ১৯৯৩চনৰ গণতন্ত্ৰ দিৱসত উপস্থিত আছিল।
২৭ বছৰৰ পাছত পুনৰবাৰ উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী।