গাৰ বলেৰে নহয়, চৰকাৰী SOP মতে চলিব লাগিব ভ্ৰাম্যমাণ থিয়েটাৰঃ যতীন বৰাৰ

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গাৰ বলেৰে নহয়, চৰকাৰী SOP ৰ মতে চলিব লাগিব ভ্ৰাম্যমান থিয়েটাৰ অথবা চলচ্ছিত্ৰ উদ্যোগ। কয়াৰ বাৰংহাটীত উপস্থিত হৈ যতীন বৰাৰ এই মন্তব্য।

কয়াৰ ৰাজহ চক্ৰৰ বাৰংহাটীৰ কয়াত উপস্থিত হয় বিশিষ্ট অভিনেতা যতীন বৰা।

যতীন বৰা উপস্থিত হৈ ভ্ৰাম্যমান থিয়েটাৰৰ সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত উল্লেখ কৰি কয় যে চৰকাৰৰ SOP পালন কৰিহে ভ্ৰাম্যমান থিয়েটাৰসমূহ আগুৱাই যাব লাগিব।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সু-ব্যৱস্থা ল’ব বুলিও আশা প্ৰকাশ কৰে।