গুৱাহাটীত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত পাণ্ডা!

December 16, 2020 0 By NEWS DESK

গুৱাহাটীত উপস্থিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নব নিযুক্ত প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা।

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ বিজেপি ৰাষ্ট্ৰীয় নেতা গৰাকী

নিৰ্বাচনৰ পূৰ্বে এনেদৰে নেতাগৰাকীয়ে অসম ভ্ৰমণ কৰাটো তাৎপৰ্য বহন কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত চৰকাৰী বাসভৱনত এক বৈঠকত মিলিত হ’ব নেতাগৰাকী৷

বিগত মাহত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ বৈজন্ত পাণ্ডাক অসমৰ তত্বাৱধায়ক পদত নিযুক্তি প্ৰদান কৰে।

আনহাতে গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নেতা গৰাকী