গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত CBIৰ অভিযান, ঘোষ ব্ৰাডাৰ্ছৰ বিৰুদ্ধে ২০০ কোটি টকাৰ ঋণ অনাদায়ৰ অভিযোগ…

June 22, 2021 0 By Biraj Kalita

গুৱাহাটীৰ জুৰোডৰ স্পেনিছ গাৰ্ডেনত CBIৰ অভিযান।

বিলাসী এপাৰ্টমেণ্টটোৰ ‘বি’ ব্লকত CBIৰ অভিযান।

ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰীৰ ঘৰত CBIৰ এই অভিযান।

ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰীয়ে প্ৰায় ২০০ কোটি টকা ঋণ অনাদায়ৰ অভিযোগ।

উল্লেখ্য যে এপাৰ্টমেণ্টটোৰ ১০ নম্বৰ মহলাত অভিযান অব্যাহত ৰাখিছে CBI-এ।

বৰ্তমান ঘোষ ব্ৰাডাৰ্ছ’ৰ স্বত্তাধিকাৰীৰ মানিক নগৰৰ 4 নং উপপথৰ ঘৰ নং ৫ বাসগৃহত অভিযান চলি আছে।

কিছুদিন পূৰ্বে IDBI বেংকৰ পৰা SHOW Room নিৰ্মানৰ বাবে লৈছিল ধন।

গুৱাহাটী সামন্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত থকা ঘোষ ব্ৰদাছৰ বাসগৃহত চলি আছে CBI অভিযান।