গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাঃ অনুষ্ঠিত হ’ব স্নাতকোত্তৰ প্ৰথম ষান্মাষিকৰ পৰীক্ষা

April 18, 2021 0 By Biraj Kalita

কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

অনুষ্ঠিত হ’ব স্নাতকোত্তৰ প্ৰথম ষান্মাষিকৰ পৰীক্ষা।

পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব পৰীক্ষা।

যিসকল পৰীক্ষাৰ্থীয়ে উপস্থিত থাকিব নোৱাৰিব তেওঁলোকে আগতিয়াকৈ নিয়ন্ত্ৰয়ক অৱগত কৰিব লাগিব।

অধ্যক্ষ বা বিভাগীয় মুৰব্বীৰ জৰিয়তে পৰীক্ষা নিয়ন্ত্ৰয়ক জনাব লাগিব পৰীক্ষাৰ্থীয়ে।

অনুপস্থিত পৰীক্ষাৰ্থীৰ বাবে পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।