গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি

April 28, 2021 0 By Biraj Kalita

এক বৃহৎ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ ফত সংঘটিত হ’ল বিস্তৰ ক্ষতি।

গুৱাহাটী মহানগৰীৰ কেইবাটাও ফ্লেটত বিস্তৰ ক্ষতি সাধন হয়।

বেলতলা অমৰ এপাৰ্টমেন্টত মেলিছে ফাট।

হোটেল লিলিও ক্ষতি হৈছে ভূমিকম্পত।

ভূমিকম্পৰ ফলত তাজ ভিভাণ্টাত সংঘটিত হয় বিস্তৰ ক্ষতি।

ৰুক্মিনী গাওঁ গ্ৰীণলেণ্ড এপাৰ্টমেন্টত বিস্তৰ ক্ষতি।

উলুবাৰিৰ চিগনেশ্যাৰ এপাৰ্টমোণ্টত সংঘটিত হয় বিস্তৰ ক্ষতি।

https://news8ne.com/wp-content/uploads/2021/04/WhatsApp-Video-2021-04-28-at-8.59.24-AM.mp4

উলুবাৰীৰ Signature Infinity Apartmment ৰ চাদ খহি কোঠাত পানী সোমাল

ৰুক্মিনী গাওঁ গ্ৰীণলেণ্ড এপাৰ্টমেন্টত বিস্তৰ ক্ষতি।

গুৱাহাটীৰ ভেটাপাৰাত ভূমিকম্পৰ ফলত আহত এজন।

ভূমিকম্পত ক্ষতি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ।কেন্দ্ৰটোৰ অএচি প্লেন্টত থকা গেছ চিলিণ্ডাৰ নিৰ্গত হয়।

নগাওঁতো কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানত ভূমিকম্পৰ ফলত ক্ষতি হৈছে।

ৰঙাপাৰাতো ভূমিকম্পৰ ফলত যথেষ্ট ক্ষয় ক্ষতি হোৱাৰ খবৰ।

https://news8ne.com/wp-content/uploads/2021/04/WhatsApp-Video-2021-04-28-at-9.07.52-AM.mp4

ভূমিকম্পত বিস্তৰ ক্ষতি হৈছে ওদালগুৰি,ঢেকিয়াজুলী,তেজপুৰত।

ঢেকীয়া জুলিৰ তৰাজান গাওঁত মাটি ফাটি পানী আৰু বালি ওলাইছে ভুমিকম্পৰ ফলত।

https://news8ne.com/wp-content/uploads/2021/04/WhatsApp-Video-2021-04-28-at-9.02.19-AM.mp4