ঘৰত শুই থকা অৱস্থাতে বজ্ৰ পৰি মহিলাৰ কৰুণ মৃত্যু

July 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ঘৰত নিশা শুই থকা অৱস্থাতে বজ্ৰপাতত মহিলাৰ কৰুণ মৃত্যু।

এই ঘটনাৰ স্থান কঁচুৱাৰ পমিলা অঞ্চল।

নিশা কঁচুৱাৰ পমিলা ঝাৰনিত বজ্ৰপাতত কৰুণ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম ফৰিদা খাতুন।

নিশা শোৱাপাতিতে মৃত্যু হয় কঁচুৱাৰ পমিলা ঝাৰনিৰ ফৰিদা খাতুন নামৰ মহিলাগৰাকীৰ।

জানিব পৰা মতে, অঞ্চলটােত বিদ্যুতৰ তাঁৰত বজ্ৰপাত পৰাৰ ফলত বহু গছ পুলিও ক্ষতিসাধন হয়।