ঘৰলৈ যাব বিধায়ক অখিল গগৈ…
June 25, 2021ঘৰলৈ যাব বিধায়ক অখিল গগৈ।
মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিবলৈ ঘৰলৈ যাব অখিল গগৈ।
অখিল গগৈয়ে মাতৃক সাক্ষাৎৰ বাবে অনুমতি দিলে NIA আদালতে।
অনুমতি বিচাৰি অখিল গগৈয়ে NIA আদালতত দাখিল কৰিছিল আবেদন।
দুদিনৰ বাবে অখিল গগৈক শিৱসাগৰলৈ যাবলৈ অনুমতি প্ৰদান NIA আদালতৰ।
আৰক্ষীৰ এছক’ৰ্টসহ শিৱসাগৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে অখিল গগৈক।
অৱশ্যে অখিল গগৈ কেতিয়া মাতৃক সাক্ষাৎৰ বাবে যাব সেই সিদ্ধান্ত তেওঁ লোৱা নাই।