চাঞ্চল্যকৰ! দুৰ্বৃৃত্তই গুলীচালনা কৰি লুটি নিলে SBI বেংকৰ CSPৰ ধন, আহত এজন…

July 16, 2021 0 By Biraj Kalita

নগাঁৱৰ পানীখাইটিত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।

দুৰ্বৃত্তই গুলীচালনা কৰি লুটি নিলে SBI বেংকৰ CSP ধন।

গুলীচালনাত আহত হৈছে হাফিজুল শ্বেখ নামৰ CSPটোৰ কৰ্মচাৰীজন।

মটৰচাইকেলত অহা তিনি দুৰ্বৃত্তই গুলীচালনা কৰি বেংক CSPটোৰ কৰ্মচাৰীৰ হাত থকা ধনৰ টোপোলা লৈ ঘটনাস্থলীৰ পৰা উধাও হয়।

আহত CSPটোৰ কৰ্মচাৰী হাফিজুল শ্বেখ বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।