চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত গভাইত চোৰ…
June 6, 2021চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত গভাইত চোৰ।
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা শুকুৰবাৰে পৰা পলায়ন কৰে ক’ভিড আক্ৰান্ত ৰোগীজন।
পলায়ন কৰা ক’ভিড ৰোগী জন গভাইট চোৰ আব্দুল গণি।
মঙলদৈ থানাৰ কেচ নং ২২৯/২১ৰ ভিত্তিত আব্দুল গণিক জেললৈ প্ৰেৰণৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়লৈ।
চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ পাছত ক’ভিড টেষ্ট পজিটিভ আহে।
তাৰপাছত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কোভিড ইউনিটত ভৰ্তি কৰা হয় আব্দুল গণিক।
ক’ভিড ইউনিটৰ পৰা সুযোগ বুজি পলায়ন কৰে আব্দুল গণিয়ে।