চৰকাৰী কৰ্মচাৰীসকলে সোমবাৰৰ পৰা নিয়মীয়াকৈ যাব লগিব কাৰ্যালয়লৈ…

June 13, 2021 0 By Biraj Kalita

চৰকাৰী কৰ্মচাৰীসকলে সোমবাৰৰ পৰা নিয়মীয়াকৈ যাব লগিব কাৰ্যালয়লৈ।

ক’ভিড-19 প্ৰতিষেধকৰ দ্বিতীয় পালি লোৱা সকলো চৰকাৰী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা নিয়মিতভাৱে যাব লাগিব কাৰ্যালয়লৈ।

দেওবাৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা মতে ক’ভিড-১৯ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীক ১৪ জুনৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, ক্রমাৎ উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি। 

লগতে চাওকঃ

জৰিমনা হিচাপে লাভ কৰা ধনেৰে উপায়ুক্তই গঠন কৰিলে ‘কভিড কেয়াৰ’ বেংক