ছুইফ্ট ডিজায়ৰ বাহনৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ, এজনৰ মৃত্যু
January 21, 2022নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
বকোৰ শাখাতিত বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷
কন্টেইনাৰ ট্ৰাক আৰু চুইফ্ট ডিজায়ৰ বাহনৰ মাজত মুখামুখি সংৰ্ঘষ। থিতাতে নিহত এজন আহত ৩ জন ৷
দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ নাম অনুপম বনিক্য ৷
অনুপম বনিক্যৰ ঘৰ বকোৰ ২ নং শাখাতিত বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটড়াত গুৰুতৰভাৱে আহত লোক ৩ জনক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনা সংঘটিত হোৱা চুইফট ডিজায়ৰ খনৰ নম্বৰ হ’ল AS-01-BN-4829 আৰু কন্টেনাৰ খনৰ নম্বৰ হ’ল NL-01AE-7157।
লগতে চাওকঃ
কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ