জটিল ৰোগত আক্ৰান্ত হৈ শিক্ষয়িত্ৰীৰ মৃত্যু

July 5, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

জটিল ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু এগৰাকী শিক্ষয়িত্ৰীৰ।

কামৰূপ জিলাৰ ৰঙিয়া স্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰঙিয়া মডাৰ্ণ ইংলিছ স্কুলৰ কৰ্মৰত আছিল বৰষা ডেকা নামৰ এই শিক্ষয়িত্ৰীগৰাকী।

কেইবাদিন ধৰি স্বস্তি হাস্পতালত চিকিৎসাধীন অৱস্থাত থকাৰ পিছত শেষ নিস্বাস ত্যাগ কৰে বৰষা ডেকাই।

শিক্ষয়িত্ৰীগৰাকীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

মডাৰ্ণ ইংলিছ স্কুলত কেইবা বছৰ ধৰি শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।