জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা!

December 22, 2020 0 By NEWS DESK

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ নিশাংক পখ্ৰীয়ালে গুৰুত্বপূৰ্ণ ঘোষণা।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক ভাৰ্চুৱেল বাৰ্তালাপত কয়- ‘দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। আৰু কেতিয়া এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব সেই সন্দৰ্ভত পাছত লোৱা হ’ব সিদ্ধান্ত।’