টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনালৈ অসম চৰকাৰৰ ৭ লাখ টকাৰ পুৰস্কাৰ…
June 16, 2021টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনালৈ বৰগোহাঞিলৈ অসম চৰকাৰৰ পুৰস্কাৰ।
৭ লাখ টকাৰ পুৰস্কাৰ আগবঢ়ায় ৰাজ্য চৰকাৰে।
খেলুৱৈগৰাকীৰ বৰপথাৰৰ বৰমুখীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ এই ঘোষণা কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিত্ ফুকনে।
বুধবাৰে আনুষ্ঠানিকভাৱে লাভলীনাৰ পিতৃৰ হাতত অৰ্পণ কৰা হয় এই পুৰস্কাৰ।
উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰা আগবঢ়োৱা হৈছে এই পুৰস্কাৰ।