টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস…
June 22, 2021ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিকছ চেম্পিয়নশ্বিপত সোমবাৰে দুটা স্বৰ্ণ পদক অৰ্জন কৰিলে হিমাই।
200 মিটাৰ আৰু 4 × 100 মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে হিমাই।
কিন্তু 200 মিটাৰ দৌৰত মাথোঁ .০৮ ছেকেণ্ডৰ বাবে টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা।
200 মিটাৰ দৌৰত অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে 22.80 চেকেণ্ড প্ৰয়োজন হোৱাৰ বিপৰীতে হিমাই দৌৰ সম্পন্ন কৰে 22.88 চেকেণ্ডত।