টেক্টৰৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী যুৱক

February 13, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰেক্টৰ সৈতে ভয়ংকৰ সংঘৰ্ষ স্কুটীৰ। থিতাতে নিহত স্কুটী আৰােহী যুৱক।

এই ঘটনাৰ স্থান বাক্সা জিলাৰ থমনা।

নিহত যুৱকজন বজালপৰ বটিয়ামাৰীৰ মৃদুল দাস বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডঃ ৰবিপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।