ডাঙৰ খবৰঃ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল…

June 1, 2021 0 By Biraj Kalita

CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল।

CBSE কৰ্তৃপক্ষৰে অনুষ্ঠিত হোৱা এক উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই বৈঠক।

ক’ভিড পৰিস্থিতিৰ বাবে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।