ডাঙৰ খবৰ, আজিৰে পৰা ৰাজ্যত অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা সকলো স্কুল-কলেজ…

May 5, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত অনিৰ্দিষ্টকাললৈ সকলো স্কুল কলেজ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আজিৰে পৰা কাৰ্যকাৰী হ’ব এই নিয়ম।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে।