ডাঙৰ খবৰ! গৰমৰ বন্ধৰ পিছতো ৰাজ্যত বন্ধ থাকিব শিক্ষানুষ্ঠান…
June 14, 2021কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত।
গৰমৰ বন্ধৰ পাছতো ৰাজ্যত বন্ধ থাকিব শিক্ষানুষ্ঠান।
বিদ্যালয় নোখোলা পৰ্যন্ত অসমৰ সকলো শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান।
এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত ইতিমধ্যে শিক্ষা বিভাগৰ আয়ুক্ত সচিবে এক নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখ্য যে, ১৪ জুনত সমাপ্ত হয় গ্ৰীস্মকালীন বন্ধ।