ডাঙৰ খবৰ, মহানগৰীত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ এগৰাকী লোকৰ মৃত্যু

April 13, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই।

বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি হৈ আহিছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ইয়াৰ মাজতে ৰাজ্য বাসীৰ বাবে আন এক বোয়া খবৰ।

মহানগৰীত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ এগৰাকী লোকৰ মৃত্যু।

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক জন পাণ্ডু কামাখ্যা কলনীৰ সঞ্জয় ভট্টাচাৰ্যই।

স্বাব পৰীক্ষাত ধৰা পৰিছিল লোক জনৰ দেহত কৰ’ণাৰ অৱস্থিতি।

তাৰ পিছতেই হোম আইচ’লেচনত আছিল লোকজন

আজি পুৱা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত মৃত্যু হয় লোকজনৰ।

লগতে চাওকঃ মৰ্মান্তিক! নৈত পৰিল যাত্ৰীবাহী বাছ, থিতাতে নিহত শিশুসহ ৬, গুৰুতৰভাৱে আহত ৪