ডাঙৰ খবৰ! ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে ভৱেশ কলিতাক নিযুক্তি…
June 26, 2021উৎকণ্ঠাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।
ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে নিযুক্তি।
আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ল ভৱেশ কলিতাৰ নাম।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৰে আনুষ্ঠানিক ঘোষণা।
বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে ভৱেশ কলিতাক বাচনি কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং স্বাক্ষৰিত পত্ৰ প্ৰেৰণ কৰে দলটোৱে।