ডাঙৰ খবৰ! NLFBৰ মুৰব্বী এম বাথাৰ আত্মসমৰ্পণ…
July 22, 2021NLFBৰ সেনাধ্যক্ষ এম বাথাই আত্মসমৰ্পণ।
ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে এম বাথাই।
লগতে আন কেইবাজনো NLFB সদস্যই আত্মসমৰ্পণ কৰে।
বাথাক মূলখুটিলৈ ঘূৰি অহাত আদৰণি জনাইছে গাঁওবাসীয়ে।
ইতিমধ্যে লালপানী আৰক্ষী থানালৈ নিয়া হৈছে এম বাথাক।
উল্লেখ্য যে, কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে শ্বেয়াৰ কৰিছে বাথাৰ আগমণৰ লাইভ কিছু দৃশ্য।
Further peace dawns in BTR with the homecoming of NFLB top cadres to mainstream. A great leap forward towards a peaceful Assam. Sharing live visuals of the event.
— Himanta Biswa Sarma (@himantabiswa) July 22, 2021
Greatful to Adarniya Griha Mantri Shri @AmitShah ji for his constant guidance and support. pic.twitter.com/Ghrrq3v3WC
শেহতীয়াকৈ NIA ই এম বাথাৰ সন্ধান দিওতালৈ ঘোষণা কৰিছিল ১০ লাখ টকাৰ পুৰস্কাৰ।