ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ বিমানসেৱা মুকলি…

July 13, 2021 0 By Biraj Kalita

ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ বিমানসেৱা মুকলি।

‘উড়ান’ কাৰ্যসূচীৰ অধীনত আৰম্ভ কৰা হৈছে এই বিমানসেৱা।

এই বিমান যাত্ৰাত সময় লাগিব ১ ঘণ্টা ১৫ মিনিট।

এই বিমান সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিমানবন্দৰ সঞ্চালক আৰ অৱস্থী।

সম্প্ৰতি ডিব্ৰুগড়ৰ পৰা ইম্ফললৈ চলি আছে ৯ খনকৈ বিমান।

ডিব্ৰুগড়ৰ বিমান বন্দৰৰ পৰা প্ৰতিদিনে যাত্ৰা কৰে প্ৰায় ১২,০০ ব্যক্তিয়ে।