ড্ৰাগছৰ বেহাত জড়িত অৰুনাচল আৰক্ষীঃ অসম আৰক্ষীৰ জালত দুজন IRBN জোৱান…
June 1, 2021ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে বহু কেইগৰাকী ড্ৰাগছ মাফিয়া।
ইয়াৰ মাজতে তথ্য ওলাইছে যে ড্ৰাগছৰ ভয়ংকৰ বেহাত জড়িত অৰুনাচল আৰক্ষী।
অসম-অৰুনাচল সীমান্তৰ বান্দৰদেৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ অসম আৰক্ষীৰ জালত দুজনকৈ IRBN জোৱান।
ধৃত জোৱান দুজন ইটানগৰত কৰ্মৰত জি নাদুং আৰু জে সুৰজ।
নগদ ধন, এখন বাহন সহ বিহপুৰীয়া আৰক্ষীৰ জালত পৰে আন এজন যুৱকো।
লগতে চাওকঃ