ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট…

May 25, 2021 0 By Biraj Kalita

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কৰিমগঞ্জ সদৰ আৰক্ষীৰ সফল অভিযান।

অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট।

কৰিমগঞ্জৰ নিলগত শৰিফনগৰত এখন AS 11 H 2073 এখন বলেৰো বাহনৰ পৰা আৰক্ষীয়ে খেদি খেদি জব্দ কৰে এক লাখৰ অধিক ইয়াবা টেবলেট ।

জানিব পৰা মতে ইয়াৰ বজাৰ মূল্য হ’ব প্ৰায় এক কোটিৰ টকাৰ অধিক।

লগতে আৰক্ষীৰ অভিযানত আটক তিনি গৰাকী ড্ৰাগছ ব্যৱসায়ী।

ধৃত ব্যৱসায়ী তিনিজন হৈছে গুলছান আহমেদ, আব্দুল মুনিম, আব্দুল মজিদ।