তীব্ৰবেগী ৱেগনাৰ বাহনৰ খুন্দাত বৃদ্ধৰ মৃত্যু

January 3, 2022 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁও জিলাৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে থিতাতে নিহত এজন বৃদ্ধ।

ডবকা ষ্টেট বেংক বাইপাছত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাত সুধীৰ কুৰি নামৰ ৭৫ বছৰীয়া বৃদ্ধৰ মৃত্যুবৃদ্ধ গৰাকীৰ ঘৰ ডবকাত বুলি জানিব পৰা গৈছে।

লংকাৰ পৰা নগাঁৱ অভিমুখে গৈ থকা তীব্ৰ বেগী এখন ওৱেগেনাৰ বাহনে প্ৰচণ্ড জোৰে খুন্দামাৰে বৃদ্ধজনক।

ML05-P-6720 নম্বৰৰ বাহনৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত হৈ বৃদ্ধ গৰাকী মৃত্যুক আকোৱালী লয়।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…