থুৰিবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অভিৰাম মহানায়ক জয়লাভ!

December 12, 2020 0 By NEWS DESK

থুৰিবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অভিৰাম মহানায়ক জয়লাভ।

বিজনী মহকুমাৰ ১৯ নং থুৰিবাড়ী সমষ্টিৰ বিজেপিৰ ৰ অভিৰাম মহানায়ক ২২৬৩ টা ভোটত জয় লাভ কৰে।

উল্লেখ্য যে, বিজেপিৰ প্ৰাৰ্থী অভিৰাম মহানায়ক লাভ কৰে ১২৩২১টা ভোট , AIDFৰ প্ৰাৰ্থী খলিলুৰ ৰহমান ১০০৫৮টা ভোট , AGPৰ প্ৰাৰ্থী পাৰ্থজিত ৰয় ৮৩৮০ টা ভোট , CPIM ৰ প্ৰাৰ্থী লঙ্কেশ্বৰ ৰায় ৬১২টা ভোট, UPPL ৰ প্ৰাৰ্থী আবু ছাহেদ আনছাৰী ৯৯৯১ টা ভোট, GSPৰ প্ৰাৰ্থী ইনামুল হক মাহমুদ ১২৮৭ টা ভোট,নিৰ্দলীয় প্ৰাৰ্থী মনিয়ন মুছাহাৰী ৪৮৯ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী মহাদেৱ সৰকাৰ ১২৬টা ভোট অাৰু নিৰ্দলীয় প্ৰাৰ্থী মুনমুন ৰায় ১৫৫টা ভোট লাভ কৰে ।