দুই-এদিনতে ওলাব ১ লাখ চাকৰিৰ বিজ্ঞাপন! এই দুটা বিভাগত হ’ব সৰ্বাধিক বিজ্ঞাপন…

June 19, 2021 0 By Biraj Kalita

শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ’ব নি়যুক্তি প্ৰক্ৰিয়া।

দুই-এদিনতে ওলাব ১ লাখ চাকৰিৰ বিজ্ঞাপন।

শুক্ৰবাৰে খানাপাৰাৰ ষ্টাফ কলেজত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- দুই-এদিনতে ১ লাখ চাকৰিৰ বিজ্ঞাপন ওলাব। চাকৰি প্ৰতিটো বিভাগৰে হ’ব কিন্তু সৰ্বাধিক নিযুক্তি হ’ব আৰক্ষী আৰু শিক্ষা বিভাগত।

লগতে য’ত যি বিভাগত প্ৰয়োজন আছে সেই অনুসৰি নিযুক্তি হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।