দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন, আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী…
July 29, 2021দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন।
শিলচৰ লৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
গুৱাহাটী-শ্বিলং ৰোডত দুৰ্ঘটনাগ্ৰস্ত কনভয়ৰ বাহন।
বৰাপানী পাৰ হৈ সংঘটিত হয় এই দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰিল বাহনখন।
এই দুৰ্ঘটনাত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী।
কথমপি ৰক্ষা পৰে মন্ত্ৰী অতুল বৰাৰ বাহনখন।