দৰঙৰ ছিপাঝাৰ বন্ধন বেংকত ভয়ংকৰ অগ্নিকাণ্ড, ভষ্মীভুত বেংকটোৰ কেচ কাউন্টাৰ

April 27, 2021 0 By Biraj Kalita

দৰঙৰ ছিপাঝাৰ বন্ধন বেংকত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ভষ্মীভুত বেংকটোৰ কেচ কাউন্টাৰ।

ছিপাঝাৰ কদমতলিৰ ত্ৰিনয়ণপুৰস্থিত বন্ধনবেংকৰ শাখা কাৰ্যালয়টোত ৰাতিপুৱাই সংঘটিত হোৱা অগ্নিকাণ্ডত নষ্ট হৈছে বেংকটোৰ কিছু নথি পত্ৰৰ লগতে সা সামগ্ৰী৷

অবশ্যে অগ্নিকাণ্ডত অধিক ক্ষতি হোৱাৰ পূৰ্বেই অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষণ হয়৷

শ্বৰ্ট চাৰ্কিতৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে শাখাটোৰ পৰিচালক গৰাকীয়ে ৷