ধৰ্ষণকাৰী পাষণ্ড পাঠাৰ ON CAMERA স্বীকাৰোক্তি- ‘হয় মই ধৰ্ষণ কৰিছিলো’…
July 10, 2021ৰাজ্য কপোঁৱা মৰিগাঁৱৰ ভূৰগাঁওৰ লোমহৰ্ষক বলৎকাৰ কাণ্ড।
এগৰাকী ৯ বছৰীয়া কন্যাক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰিছিল চৈয়দ আলী ওৰফে পাঠাই।
শনিবাৰে পুৱতি নিশা দণ্ডাধীশৰ উপস্থিতিত ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল নৰপিশাচটোক।
উক্ত ঘটনাস্থলীতে ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত সমগ্ৰ বৰ্ণনা কৰিবলৈ দিয়া হৈছিল পাঠাক।
অৱশেষত নৰপিশাচ চৈয়দ আলী ওৰফে পাঠাই দিলে স্বীকাৰোক্তি- ‘হয় মইয়েই ধৰ্ষণ কৰি হত্যা কৰিছিলো।’