হোজাইত আটক নকল নোটসহ প্ৰৱঞ্চক।
হোজাই ৰে’ল আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকজনক।
নাগালেণ্ডৰ পৰা ৰে’লযোগে আহি থকা অৱস্থাত ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত আটক কৰে প্ৰৱঞ্চকজনক।
প্ৰৱঞ্চকজন নাগালেণ্ডৰ গ্ৰাংগাৰ ৱালি বুলি জানিব পৰা গৈছে।
লোকজনক অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে হোজাই ৰে’ল আৰক্ষীয়ে।