নতুন নিৰ্দেশনাঃ দুটা ড’জ ভেকচিন ল’লেও কৰিব লাগিব ক’ভিড টেষ্ট…
July 16, 2021ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।
দুটা ড’জ ভেকচিন ল’লেও কৰিব লাগিব ক’ভিড টেষ্ট।
দুটা ড’জ ভেকচিন ল’লেও ৰে’ল ষ্টেচন, বিমান বন্দৰত কৰিব লাগিব ক’ভিড টেষ্ট।
প্ৰতিগৰাকী যাত্ৰীৰ বাবে এই নিয়ম বাধ্যতামূলক কৰিছে চৰকাৰে।
পূৰ্বতে দুটা ড’জ ভেকচিন লোৱা সকলে কৰিব নালাগিছিল ক’ভিড টেষ্ট।
ৰেল ষ্টেচন, বিমান বন্দৰৰ বাবে পূৰ্বতে প্ৰদান কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে।