নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব ৰাজ্য চৰকাৰে, ৬খনলৈ বৃদ্ধি অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা…
June 5, 2021নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব ৰাজ্য চৰকাৰে।
অসমত বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা।
ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আজি ঘোষণা কৰিব ৰাজ্য চৰকাৰে।
বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
মুখ্যমন্ত্ৰীয়ে জনাইছ যে, দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আছিল ৫খন।