নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা বহিঃৰাজ্যত উদ্ধাৰ অসমৰ ৪ কিশোৰী…
June 24, 2021নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা বহিঃৰাজ্যত উদ্ধাৰ অসমৰ ৪ কিশোৰী।
উদ্ধাৰ হোৱা কিশোৰী কেইগৰাকী ছয়গাঁৱ মাজগুমিৰ।
ছয়গাঁও আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ গুমতিনগৰ আৰু ৰাজস্থানৰ জয়পুৰৰ পৰা উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক।
ছয়গাঁৱৰ আজাহাৰ আলি নামৰ এগৰাকী ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোপন সুত্ৰৰ জৰিয়তে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক।
উল্লেখ্য যে, ১ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰী কেইগৰাকী।