নিজৰ বিয়া দিনটোলৈকে সন্ধান নোলাল বুলি গড়ৰ, কান্দোনত ভাগি পৰিছে পৰিয়াল…

March 7, 2022 0 By Biraj Kalita

বিয়াৰ দিনলৈকে সন্ধানহীন টিংখাঙৰ সৰুপথাৰ গাঁৱৰ বুলি গড়।

সোমবাৰে অনুস্থিত হ’বলগীয়া আছিল টিংখাঙৰ সৰুপথাৰ গাঁৱৰ নাচনিত এখন বিয়া।

কিন্তু বিয়াৰ দিনাও কোনো সন্ধান নোলাল বুলি গড় নামৰ বাগদত্তাৰ।

যোৱা ২৮ ফেব্ৰুৱাৰীৰ দিনা ঘৰৰ পৰা বিয়াৰ বজাৰ কৰিবলৈ গৈ আজিও ঘৰলৈ উভতি নাহিল।

ইতিমধ্যে বিয়া বুলি পৰিয়ালে পদূলিত ৰভা দিয়াৰ লগতে যাৱতীয় যা-যোগাৰ সম্পন্ন কৰিছিল।

কিন্তু বিয়াৰ দিনলৈকে নিজ কন্যাৰ কোনো সন্ধান লাভ নকৰি শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ।

লগতে চাওকঃ

আজিৰে পৰা ময়েই তোমাৰ মা, মোক মা বুলি মাতিবাঃ মাজুলীত মাতৃক বিচাৰি পাৰে লুৰিণজ্যোতি গগৈয়ে