ৰাজ্যৰ নিবনুৱাসকললৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ
শীঘ্ৰেই বন বিভাগত দিয়া হ’ব নিযুক্তি।
বন বিভাগত দিয়া হ’ব ৩০০০ পদত নিযুক্তি।
পূৰ্বৰ ১২০০ পদৰ আবেদনৰ ভিত্তিত পৰীক্ষা বৰ্তমানৰ খালী হৈ থকা ১৭০০ পদত হ’ব পুনৰ নিযুক্তি।
আনহাতে আবকাৰী বিভাগত হ’ব ২৫০টা খালী পদত নিযুক্তি।
এই ঘোষণা কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।