নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিৰ খাৱৈত সোমাই পৰিল চাৰি চকীয়া বাহন
January 31, 2022নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দ খাৱৈত সােমাই পৰিল এখন ব্যক্তিগত চাৰিচকীয়া বাহন।
অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে বাহনখনত থকা আৰােহী তথা চালকৰ।
এই দুৰ্ঘটনাৰ স্থান ধুবুৰী জিলাৰ চাপৰৰ শালকোচাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
সোমবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ শালকোচা আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰে।
লগতে চাওকঃ
হেণ্ডিমেনৰ প্ৰহাৰত চলন্ত গাড়ীৰ তলত সোমাই চাইকেল আৰােহী যুৱকৰ মৃত্যু
কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ