নিশা আৰক্ষী-ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, দুজনক আটক…
June 4, 2021নিশা আৰক্ষী-ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী।
নলবাৰীত সংঘটিত হৈছে এই প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা।
নলবাৰীৰ হাজোৰোড, মুখকুছি চকত আৰক্ষী-ডকাইতৰ মাজত হৈছে গুলীয়াগুলী।
আৰক্ষীয়ে গুলীবিদ্ধ অৱস্থাত আটক কৰে কুখ্যাত ডকাইত বক্কৰ আলী আৰু বিজু আহমেদ নামৰ দুজনক।
বৃহস্পতিবাৰে নিশা নলবাৰী থানাৰ আৰক্ষী বিষয়া তপন কলিতা আৰু ঘোগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।