নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল চাৰিচকীয়া বাহন
November 14, 2021এক ভয়াৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল তীব্ৰবেগী চাৰিচকীয়া বাহন।
লখিমপুৰ জিলাৰ নাওবৈচাৰ দলহাটত ২০ নম্বৰত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
পথ দুৰ্ঘটনাটোত এএছ০৭এছ৬২৪২ নম্বৰৰ এখন চাৰিচকীয়া বাহন দ খাৱৈত বাগৰি পৰে।
গাড়ীখনৰ আৰোহীসকল এই দুৰ্ঘটনাত সামান্য পৰিমাণে আঘাত পোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে দুৰ্ঘটনাটােত গাড়ীখনৰ বিস্তৰ ক্ষতি হয়।