নিৰুদ্দেশ

January 3, 2022 0 By NEWS DESK

গোৱালপাৰা জিলাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত খানখোৱা বিৰসিংপাৰা গাওঁৰ এগৰাকী কিশোৰ নিৰুদ্দেশ হয়।

বিৰসিংপাৰা গোলাম উচমানী যোৱা ১২ ডিচেম্বৰৰ পৰা নিজ ঘৰৰ পৰা নিখোজ হয়।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ সম্ভেদ লাভ কৰে তেন্ত ৯৭০৭৮-১৪১৪৫ বা ৯৮৬৪৯-৭৭৯১৩ নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত খবৰ কৰিবলৈ অনুৰোধ জানাইছে।