নিৰুদ্দেশ
January 8, 2022ডিব্ৰুগড়ৰ মেলেঙীয়াল গাঁৱৰ পৰা এগৰাকী ব্যক্তি নিৰুদ্দেশ।
লাহোৱাল থানাৰ অন্তৰ্গত মেলেঙীয়াল গাঁৱৰ দীপক হাজৰিকা নামৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ হৈ থকাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ব্যক্তিগৰাকীৰ কোনো সম্ভেদ পালে স্থানীয় আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
উল্লেখ্য যে উক্ত ব্যক্তিগৰাকী দুদিন ধৰি ঘৰত নথকাত ঘৰৰ পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।
লগতে চাওকঃ