নিৰুদ্দেশ

August 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কাঠালদী ২য় খণ্ডৰ এজন ২৫ বছৰীয়া যুৱক নিৰুদ্দেশ।

বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাঠালদী গাঁৱৰ বাসিন্দা জাহানুৰ ইছলাম নামৰ এজন ২৫ বছৰীয়া বিবাহিত যুৱক যোৱা ৪ আগষ্টৰ দিনা নিজ ঘৰৰ পৰা বিলাসীপাৰা বজাৰত বজাৰ কৰিব আহি সন্ধানহীন হৈ পৰিছে।

পিছত জাহানুৰৰ পত্নীয়ে আত্মীয়ৰ ঘৰত বিচাৰি কোনো শুংসূত্ৰ নোপোৱাত বিলাসীপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আজিও সন্ধান পোৱা নাই জাহানুৰ ইছলামৰ।

কোনো সদাশয় ব্যক্তিয়ে জাহানুৰ ইছলামৰ সন্ধান লাভ কৰিলে ওচৰৰ থানাত অথবা ৯৩৬৫৭-৭৮১৩৫ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পত্নীয়ে আহ্বান জনাইছে।