পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত শীঘ্ৰেই দিয়া হ’ব ৩২৮৬ পদত নিযুক্তিঃ ৰণজিৎ কুমাৰ দাস

May 31, 2021 0 By Biraj Kalita

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদ মেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ দাসৰ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকত শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে দাসে।

বিভিন্ন বিভাগকত ৩২৮৬ পদত নিযুক্তি দিয়া হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে অৰ্থনৈতিক ভাবে সৱল লোকক ৰেচন কাৰ্ড এৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।